Category: Assamese

hands with latex gloves holding a globe with a face mask

“পৃথিৱীৰ বেমাৰ হ’ল”

পৃথিৱীৰ বেমাৰ হ’লআমিবোৰে এতিয়া কেৱলখিৰিকিৰে জুমি চাওঁ ৰ’দ। চোতালত চৰাই বহিচেহিআকৌ মুক্তমনে উৰি গৈছেঅমিবোৰে জুমি-জুমি চাওঁ। গছ-লতা বগাইছেফুল-ফলেৰে ভৰি পৰিছে,আমি যে ঘৰত বন্দীনোৱাৰোঁ চিঙিব এতিয়াফুল-ফল। আমি এতিয়া ভয়ৰ পৃথিৱীত জীয়াইছোআমি মুক্ত নহয় চৰাইৰ দৰেআমি নোৱাৰোঁ এতিয়া ফুলিবফুলৰ দৰে,নাই আমাৰ বিশ্বাস পৰস্পৰৰ মাজতনাই কোনো অতিথি,নাই কোনো প্ৰতিৱেশীকেৱল ইজনে আনজনৰ […]

পুৰণি এখনি ছবি

পুৰণি এখনি ছবি আৱেগৰ জোকাৰণীত হৃদয়ত গুপুতে ৰখাপুৰণি ছবি এখন খহি পৰিল,সময়ৰ আৱৰণে ঢাকি ৰখা ছবি খনেসতেজাতা পাই আকৌ টোপনি হৰিল। চিনেমাৰ ৰিল ঘুৰাদি অতীতৰ ক্ষণবোৰচকুৰ আগেৰে দৌৰিছে মাথোঁ দৌৰিছে,চিনাকী মুখ এখন, চিনাকী সময় কিছুমানচিনাকী অতীতে ভুমুকি মাৰিছে। আৱেগে স্মৃতিৰ চন্দুকটোৰ ঢাকনি খুলিলেতাতো আকৌ আৱেগৰেই টোপোলা,চিনাকী তাত ঢৌ […]

Creative Commons License
Except where otherwise noted, Manthan Blog on this site is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

New Report

Close

Skip to toolbar