সুশান্ত সিং ৰাজপুত
!!সুশান্ত সিং ৰাজপুত!! চকুত সপােন লৈ বুকুত সাহস লৈ, অভিনয় কৰাৰ বহু আশা লৈ, আহিছিলা মুম্বাই চহৰলৈ!! বহু চেষ্টা আৰু কষ্টৰে খােজ দিছিলা ৰুপালী পর্দাত!! “পৱিত্ৰ ৰিষ্টাৰে” সকলােকেবান্ধি ৰাখিছিলা,এখনৰ পাছত এখন সফল ছবি, সাফল্যৰ জখলাদাল যেনতােমাৰেই প্রতিছবি!!সকলােকে এৰি থৈ গুচি গ’লা!! নাজানাে এইয়া কিন্তু,কি কথাত জানাে তুমি বেয়া […]