প্ৰাপ্তি-অপ্ৰাপ্তিৰ তুলাচনীত ২০২০
Reposting.. চকুৰ প্ৰচাৰতে আন এটা বছৰো পাৰ হৈ গ’ল, ২০২০ পৃথিৱীৰ লক্ষ লক্ষ মানুহৰ ক্ষোভ, হতাশা, হায়-হুমুনিয়াহ আৰু দুখৰ বছৰ এয়া । মানৱতাক প্ৰত্যাহ্বান জনোৱা কৰোণা অতিমাৰিৰ বছৰ এয়া । কিন্তু কৰোণাৰ বাবেই মোৰ জীৱন স্তব্ধ হৈ পৰা নাই । এই বছৰটোত বহূত কিছুয়ে হেৰুৱালো আৰু বহুত কিছু […]