Tag: axomiya

প্ৰাপ্তি-অপ্ৰাপ্তিৰ তুলাচনীত ২০২০

Reposting.. চকুৰ প্ৰচাৰতে আন এটা বছৰো পাৰ হৈ গ’ল, ২০২০ পৃথিৱীৰ লক্ষ লক্ষ মানুহৰ ক্ষোভ, হতাশা, হায়-হুমুনিয়াহ আৰু দুখৰ বছৰ এয়া । মানৱতাক প্ৰত্যাহ্বান জনোৱা কৰোণা অতিমাৰিৰ বছৰ এয়া । কিন্তু কৰোণাৰ বাবেই মোৰ জীৱন স্তব্ধ হৈ পৰা নাই । এই বছৰটোত বহূত কিছুয়ে হেৰুৱালো আৰু বহুত কিছু […]

Those Red Lips

Reposting.. The day started with light banters with friends in some WhatsApp groups and soon I ended up writing a short poem in Hindi that I translated in short order to my mother tongue Axomiya ( Assamese) and English. So far so good. However trying to present all […]

সুশান্ত সিং ৰাজপুত

!!সুশান্ত সিং ৰাজপুত!! চকুত সপােন লৈ বুকুত সাহস লৈ, অভিনয় কৰাৰ বহু আশা লৈ, আহিছিলা মুম্বাই চহৰলৈ!! বহু চেষ্টা আৰু কষ্টৰে খােজ দিছিলা ৰুপালী পর্দাত!! “পৱিত্ৰ ৰিষ্টাৰে” সকলােকেবান্ধি ৰাখিছিলা,এখনৰ পাছত এখন সফল ছবি, সাফল্যৰ জখলাদাল যেনতােমাৰেই প্রতিছবি!!সকলােকে এৰি থৈ গুচি গ’লা!! নাজানাে এইয়া কিন্তু,কি কথাত জানাে তুমি বেয়া […]

hands with latex gloves holding a globe with a face mask

“পৃথিৱীৰ বেমাৰ হ’ল”

পৃথিৱীৰ বেমাৰ হ’লআমিবোৰে এতিয়া কেৱলখিৰিকিৰে জুমি চাওঁ ৰ’দ। চোতালত চৰাই বহিচেহিআকৌ মুক্তমনে উৰি গৈছেঅমিবোৰে জুমি-জুমি চাওঁ। গছ-লতা বগাইছেফুল-ফলেৰে ভৰি পৰিছে,আমি যে ঘৰত বন্দীনোৱাৰোঁ চিঙিব এতিয়াফুল-ফল। আমি এতিয়া ভয়ৰ পৃথিৱীত জীয়াইছোআমি মুক্ত নহয় চৰাইৰ দৰেআমি নোৱাৰোঁ এতিয়া ফুলিবফুলৰ দৰে,নাই আমাৰ বিশ্বাস পৰস্পৰৰ মাজতনাই কোনো অতিথি,নাই কোনো প্ৰতিৱেশীকেৱল ইজনে আনজনৰ […]

পুৰণি এখনি ছবি

পুৰণি এখনি ছবি আৱেগৰ জোকাৰণীত হৃদয়ত গুপুতে ৰখাপুৰণি ছবি এখন খহি পৰিল,সময়ৰ আৱৰণে ঢাকি ৰখা ছবি খনেসতেজাতা পাই আকৌ টোপনি হৰিল। চিনেমাৰ ৰিল ঘুৰাদি অতীতৰ ক্ষণবোৰচকুৰ আগেৰে দৌৰিছে মাথোঁ দৌৰিছে,চিনাকী মুখ এখন, চিনাকী সময় কিছুমানচিনাকী অতীতে ভুমুকি মাৰিছে। আৱেগে স্মৃতিৰ চন্দুকটোৰ ঢাকনি খুলিলেতাতো আকৌ আৱেগৰেই টোপোলা,চিনাকী তাত ঢৌ […]

Creative Commons License
Except where otherwise noted, Manthan Blog on this site is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

New Report

Close