I was walking around in the middle of the town, Like a king of the world, was ignoring the ground. A small piece of rock I stumbled upon, Fell down, there goes my pride, and I lost my crown.
Tag: poetry
“পৃথিৱীৰ বেমাৰ হ’ল”
পৃথিৱীৰ বেমাৰ হ’লআমিবোৰে এতিয়া কেৱলখিৰিকিৰে জুমি চাওঁ ৰ’দ। চোতালত চৰাই বহিচেহিআকৌ মুক্তমনে উৰি গৈছেঅমিবোৰে জুমি-জুমি চাওঁ। গছ-লতা বগাইছেফুল-ফলেৰে ভৰি পৰিছে,আমি যে ঘৰত বন্দীনোৱাৰোঁ চিঙিব এতিয়াফুল-ফল। আমি এতিয়া ভয়ৰ পৃথিৱীত জীয়াইছোআমি মুক্ত নহয় চৰাইৰ দৰেআমি নোৱাৰোঁ এতিয়া ফুলিবফুলৰ দৰে,নাই আমাৰ বিশ্বাস পৰস্পৰৰ মাজতনাই কোনো অতিথি,নাই কোনো প্ৰতিৱেশীকেৱল ইজনে আনজনৰ প্ৰতিৰখা দূৰত্বত এতিয়া প্ৰাণৰ ৰক্ষা। কিয়নো আমি…… Continue reading “পৃথিৱীৰ বেমাৰ হ’ল”
Beautiful Dreams, Ugly Passions
Beautiful dreams, ugly passions Dream, thou art pretty Pretty in the night sky with thousand starsPretty in the dewdrops dripping through the panes and the bars Pretty with the hope to cope the oddsPretty with the love of the bold Pretty with the sheets and covers onPretty with the pillow weaving my masterpiece to a…… Continue reading Beautiful Dreams, Ugly Passions
পুৰণি এখনি ছবি
পুৰণি এখনি ছবি আৱেগৰ জোকাৰণীত হৃদয়ত গুপুতে ৰখাপুৰণি ছবি এখন খহি পৰিল,সময়ৰ আৱৰণে ঢাকি ৰখা ছবি খনেসতেজাতা পাই আকৌ টোপনি হৰিল। চিনেমাৰ ৰিল ঘুৰাদি অতীতৰ ক্ষণবোৰচকুৰ আগেৰে দৌৰিছে মাথোঁ দৌৰিছে,চিনাকী মুখ এখন, চিনাকী সময় কিছুমানচিনাকী অতীতে ভুমুকি মাৰিছে। আৱেগে স্মৃতিৰ চন্দুকটোৰ ঢাকনি খুলিলেতাতো আকৌ আৱেগৰেই টোপোলা,চিনাকী তাত ঢৌ খেলি ফুৰা হেপাহ বোৰচিনাকী এমুঠি ভালপোৱা। ঠন…… Continue reading পুৰণি এখনি ছবি
Finding Peace
If you want the pain to settle down, you must stay still just like the mud in the water settles down. It is not possible to get a clear mind with shaking thoughts, in order to see through the water, you must wait.During this time, don’t try to find out what is there inside at…… Continue reading Finding Peace